Skip to playerSkip to main contentSkip to footer
  • today
মাজুলী: ৰাজ্যত এতিয়াও ৰঙালীৰ উছাহ ৷ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠানে আয়োজন কৰিছে ৰঙালী বিহু সন্মিলনৰ । মাজুলীতো পুৱেৰুণ কলা পৰিষদে দুদিনীয়াকৈ অনুষ্ঠিত কৰিলে ৰঙালী বিহু সন্মিলন । পুৱেৰুণ কলা পৰিষদৰ সৌজন্যত ২৮ এপ্ৰিলৰ পৰা মাজুলীৰ গড়মূৰ মিনি ষ্টেডিয়ামত ৬৭ সংখ্যক গড়মূৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি অনুষ্ঠিত হয় । এই ৰঙালী বিহু সন্মিলনখনিৰ বিশেষ আকৰ্ষণ আছিল মৰ্মিতা মিত্ৰ ৷ বিহু সন্মিলনৰ শেষৰ দিনা অৰ্থাৎ কালি গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে । কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই গোৱা ইটোৰ পাছত সিটো গানে মুহিলে মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ শ্ৰোতা-দৰ্শকক । দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ব’হাগী সন্মিলনত দিনৰ ভাগত হুঁচৰি বিহু, বৰ বিহুৱতী, জেংবিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় । লগতে পঢ়ক : মঞ্চৰ পৰাই মৰ্মিতাই লম্পট চৰিত্ৰৰ দৰ্শকক দিলে এসেকা

Category

🗞
News
Transcript
00:00Oh
00:12Oh
00:30I love you more than you say.
03:25You're not sure you're not going to die.
03:27You're not going to die.
03:30So, what am I?
03:32I'm counting for you.
03:35One, two, three, four, and I don't know.
03:38I'm going to give you a little bit more.
03:44One, two, three. One, two, three.
03:47One, two, three.
03:57By the audience, I'm answering the floor.
04:00How much money did you make that?
04:02One, two, three, four.
04:05I mean, one, two.
04:08That's it, echelogicum.
04:38I love you, my love.
04:49I love you, my love.
04:54I love you, my love.
05:08guitar solo
05:38guitar solo
06:08guitar solo
06:37guitar solo
07:07guitar solo
07:37guitar solo
08:07guitar solo
08:37guitar solo
09:07guitar solo
09:37guitar solo
10:07guitar solo
10:37guitar solo
11:07guitar solo
11:37guitar solo
12:07guitar solo
12:37guitar solo
13:07guitar solo
13:37guitar solo
14:07guitar solo

Recommended