শিলচৰ : পঞ্চায়ত নিৰ্বাচন সমাগত । ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিল পৰ্ব সমাপ্ত হৈছে । বৃহস্পতিবাৰে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন আছিল । কিন্তু তাৰ পূৰ্বেই কাছাৰত একপ্ৰকাৰ বিজয়ধ্বজা উৰিছে বিজেপিৰ । ইজনৰ পিছত সিজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰ জয়ী হৈছে । বৃহস্পতিবাৰে আন এখন জিলা পৰিষদ দখল কৰিলে বিজেপিয়ে । কাছাৰৰ লক্ষীপুৰ সমষ্টিৰ বৰতল-থাইলু জিলা পৰিষদৰ আসনত কংগ্ৰেছ প্ৰাৰ্থী ৰঞ্জুৰাণী পালে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ লগে লগে আসনখনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে বিজেপি প্ৰাৰ্থী বিজয়তা মাহাত্তাই । ইয়াৰ লগে লগে কাছাৰত বিনা প্ৰতিদ্বন্দ্বিতাৰে ২ খন জিলা পৰিষদৰ আসন আৰু ৩০ খন আঞ্চলিক পঞ্চায়ত সদস্যৰ আসনত জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীসকলে ।লগতে পঢ়ক :নিৰ্বাচনৰ পূৰ্বেই কাছাৰত ৩০ খন আঞ্চলিক পঞ্চায়ত, এখন জিলা পৰিষদ দখলৰ দাবী বিজেপিৰ - PANCHAYAT ELECTIONS 2025
Category
🗞
NewsTranscript
00:00Oh
00:30On the same time!
00:32On the same time!
00:34We didn't even know who we are!
00:37We didn't know who we were!
00:40Get up!
00:51Now we don't know who we are!