• 6 years ago
প্ৰায় ৭২ ঘণ্টাৰ ধাৰাবাহিক অভিযানৰ অন্তত বন বিভাগে বিছাৰি ওলিয়ালে একেদিনাই পাঁচজনকৈ লোকৰ প্ৰাণ লোৱা লাডেন নামৰ বনৰীয়া হাতীটোৰ অৱস্থিতি। ৰংজুলিৰ চাতাবাৰী বনাঞ্চলত ধৰা পেলালে হাতীটোৰ অৱস্থিতি।

Category

🗞
News

Recommended